సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিজন ব্যক্তি অপৰাধী নহয়
ఉదాహరణ : পুলিচে অপৰাধীৰ ঠাইত নিৰপৰাধীক ধৰি হাজোতত থʼলে
అర్థం : যি অপৰাধী নহয়
ఉదాహరణ : কাশ্মীৰত সন্ত্রাসবাদীয়ে কিমান যে নির্দোষীলোকৰ প্রাণ লʼলে
పర్యాయపదాలు : অনপৰাধী, অপৰাধহীন, নির্দোষী, নিৰপৰাধ
అర్థం : যি পাপ কৰা নাই
ఉదాహరణ : নিষ্পাপ ব্যক্তি ্স্বর্গৰ অধিকাৰী হয় বুলি মনা হয়
పర్యాయపదాలు : নিষ্পাপ, পাপহীন, পাপৰহিত
ఆప్ స్థాపించండి