సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কাম আদি কৰাৰ বাবে নি্র্ধাৰণ কৰা শৈলী
ఉదాహరణ : যদি তুমি এই ঢঙেৰে কাম কৰা তেনেহʼলে পিছত বহুত পস্তাবা
పర్యాయపదాలు : কায়দা, ঢঙ, পদ্ধতি, বিধি, শৈলী, ৰীতি
అర్థం : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা
ఉదాహరణ : আমি নিজৰ নিয়মৰ পালন কৰা উচিত
పర్యాయపదాలు : কায়দা, বাদ, সিদ্ধান্ত
అర్థం : কোনো প্রকাৰৰ স্থিৰ কৰা ৰীতি বা ব্যৱস্থা
ఉదాహరణ : যিকোনো সংস্থা, দেশ আদিক চলাবৰ বাবে কিছুমান নিশ্চিত নিয়ম বনোৱা হয়
అర్థం : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে
ఉదాహరణ : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়
పర్యాయపదాలు : দফা, ধাৰা
ఆప్ స్థాపించండి