సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ
ఉదాహరణ : কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়
పర్యాయపదాలు : মন্দ, ৰস
అర్థం : ভাল গোন্ধ
ఉదాహరణ : ফুলৰ সুগন্ধই বাগিচাখন আমোলমোলাই আছে
పర్యాయపదాలు : পৰিমল, সুগন্ধ, সুঘ্রাণ, সুবাস, সুৰভি, সৌগন্ধ, সৌৰভ, সৌৰভ্য
అర్థం : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ
ఉదాహరణ : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল
పర్యాయపదాలు : অর্ক, আৰক, মূল, ্সাৰ অংশ, ৰস
ఆప్ స్థాపించండి