సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যাৰ কোনো ধৰণৰ লোভ বা লালসা নাই
ఉదాహరణ : প্রকৃত সাধু-সন্ত নিস্পৃহ হয়
పర్యాయపదాలు : নির্লোভ, লালসাৰহিত, লোভহীন
అర్థం : যাৰ ইচ্ছা নাই
ఉదాహరణ : অনিচ্ছুক ব্যক্তিৰ কোনো ধৰণৰ দুখ নহয়
పర్యాయపదాలు : অনভিলাষী, অনিচ্ছুক
అర్థం : যি ইচ্ছুক নহয়
ఉదాహరణ : তেওঁ এই ্কামটোৰ প্রতি অনিচ্ছুক
అర్థం : ইচ্ছা নাইকিয়া হৈ যোৱা বা যিটো ইপ্সিত নহয়
ఉదాహరణ : কেতিয়াবা কেতিয়াবা কোনো অবাঞ্ছিত বস্তুৰ প্রাপ্তি আনন্দদায়ক হৈ পৰে
పర్యాయపదాలు : অকাম্য, অনভিলষণীয়, অনভিলষিত, অনাকাঙ্ক্ষী, অনীপ্সিত, অপ্রত্যাশিত, অবাঞ্ছনীয়, অবাঞ্ছিত, ইচ্ছাহীন, নিবিচৰা-
ఆప్ స్థాపించండి