సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যʼত উষ্ণতা নাথাকে
ఉదాహరణ : তেওঁৰ ্উষ্মাহীন আদৰণিত মোৰ মন উদাস হৈ পৰিল
పర్యాయపదాలు : উষ্ণতাহীন, উষ্মাহীন
అర్థం : যাৰ তেজ নাই বা যিজনৰ তেজৰ অভাৱ হৈছে
ఉదాహరణ : সদায় চিন্তিত হৈ থকাৰ কাৰণে তেওঁৰ চেহেৰা যৌৱনতে নিস্তেজ হʼবলৈ ধৰিছে
పర్యాయపదాలు : অপ্রভ, আভাহীন, কান্তিহীন, তেজহীন, মলীন, মোলান, ম্লান, শেতা
ఆప్ స్థాపించండి