అర్థం : যিটো কোনো কামনা বা ইচ্ছা নথকাকৈ কৰা হয়
ఉదాహరణ :
গীতাত নিষ্কাম কর্ম ্কৰাৰ ওপৰত জোৰ দিয়া দৈছে
అర్థం : যʼত ইচ্ছা নাথাকে
ఉదాహరణ :
ইচ্ছাহীন লোকৰ জীৱন শান্তিৰে পাৰ হয়
పర్యాయపదాలు : অকাম, আকাংক্ষাহীন, ইচ্ছাহীন
అర్థం : যʼত কাম বাসনা নাই
ఉదాహరణ :
স্বামী বিবেকানন্দ কামনাহীন লোক আছিল
పర్యాయపదాలు : কামনাশূন্য, কামনাহীন, বাসনাহীন, বীতকাম