సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : এবাৰ চকু মুদিবলে যিমান সময় লাগে সিমান পৰিমাণৰ সময়
ఉదాహరణ : পলকৰ বাবে আৰাম কৰি আগ বঢ়া যাৱক
పర్యాయపదాలు : ক্ষণিক, পলক
అర్థం : কাল বা সময়ৰ সবাটোকৈ সৰু একক
ఉదాహరణ : এক ক্ষণ পলৰ চাৰি ভাগৰ এভাগৰ সমান
పర్యాయపదాలు : ক্ষণ, লহমা
అర్థం : চকুৰ পলক বা পচাৰ
ఉదాహరణ : নিমিষত পৃথিৱী ওলট-পালট হʼব পাৰে
పర్యాయపదాలు : নিমিষ
ఆప్ స్థాపించండి