పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి নিচান అనే పదం యొక్క అర్థం.

নিচান   বিশেষ্য

అర్థం : এডাল মাৰিৰ মূৰত লগোৱা তিনিকোণীয়া বা চাৰিকোণীয়া প্রতীকসূচক কাপোৰ যাক অস্তিত্ব, সংকেত বুজাবলৈ আৰু উৎসৱ-অনুষ্ঠান আদিত ব্যৱহাৰ কৰা হয়

ఉదాహరణ : ভাৰতৰ ৰাষ্ট্রীয় পতাকাৰ তিনিটা ৰঙৰ মাজত এটা চক্রৰ চিহ্ন আছে

పర్యాయపదాలు : ধ্বজা, পতাকা, বৈজয়ন্তী

అర్థం : যাক কোনো সমষ্টিৰ প্রতিনিধিৰ ৰূপত আৰু তাৰ সকলো কথাৰ সূচক বা প্রতিনিধি হিচাপে গণ্য কৰা হয়

ఉదాహరణ : সকলো ৰাষ্ট্র, ৰাজ্য বা সংস্থাৰ নিজৰ বিশেষ ধৰণৰ প্রতীক থাকে

పర్యాయపదాలు : প্রতীক

అర్థం : যাক লক্ষ্য হিচাপে লৈ কোনো কথা কোৱা হয়

ఉదాహరణ : তেওঁ ্মোক কিয় লক্ষ্য কৰি কথাখিনি কʼলে !

పర్యాయపదాలు : লক্ষ্য

అర్థం : দেখা দিয়া বা বোধগম্য হোৱা এনে কিছুমান লক্ষণ যাৰ যোগেদি কোনো বস্তু চিনিব পাৰি বা কোনো কথাৰ কিছু প্রমাণ পোৱা যায়

ఉదాహరణ : ৰেডক্রছ চিকিৎসা জগতৰ এক গুৰুত্ত্বপূর্ণ চিহ্ন

పర్యాయపదాలు : চিন, চিহ্ন, প্রতীক, সংকেত

అర్థం : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ

ఉదాహరణ : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে

పర్యాయపదాలు : চাপ, চিন, চিহ্ন

అర్థం : কোনো ঠাইত থকা বা লগা চিন:কেবাবাৰ ধোৱাৰ পিচতো এই কাপোৰখনত লগা দাগটো নগʼল

ఉదాహరణ :

పర్యాయపదాలు : চেক, চেকা, দাগ, দাগী, ধাব্বা

అర్థం : যাক ধ্যানত ৰাখি কোনো আঘাত বা প্রহাৰ কৰা হয়

ఉదాహరణ : অর্জুনৰ ্বাণ সদায় লক্ষ্যত স্থিৰ আছিল

పర్యాయపదాలు : লক্ষ্য

అర్థం : কোনো বস্তু আদিক লক্ষ্য কৰি তাজৰ ওপৰত আঘাত কৰা কার্য

ఉదాహరణ : চিকাৰী নিচান ব্যর্থ হʼল