అర్థం : যি দ্রৱ্য সেৱন কৰিলে নিচা ধৰে
ఉదాహరణ :
আজিকালি বেছিভাগ মানুহেই মাদক দ্রৱ্যৰ সেৱন কৰিবলৈ লৈছে
పర్యాయపదాలు : নিচা জাতীয় পদার্থ, নিচাত্মক পদার্থ, নিচাযুক্ত দ্রৱ্য, নিচাযুক্ত পদার্থ, মাদক দ্রৱ্য
అర్థం : মদ, ভাং আদি মাদক দ্রৱ্য সেৱন কৰিলে হোৱা মানসিক অৱস্থা
ఉదాహరణ :
মদৰ নিচাত মাতাল হৈ থকা চিপাহীজনে নির্দোষ ৰবিক বৰকৈ পিটিলে
పర్యాయపదాలు : জাল, মত্ততা, মত্তাৱস্থা, ৰাগি