సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিটো স্পর্শ ্ কৰা ঠিক নহয় বা যোগ্য নহয়
ఉదాహరణ : শিক্ষাহীনতাৰ কাৰণে আজিও গ্রামাঞ্চলত অনুসূচিত জাতি আৰু জনজাতিক অস্পৃশ্য গণ্য কৰা হয়
పర్యాయపదాలు : অচ্ছুৎ, অস্পৃশ্য, পতিত
అర్థం : যি প্রবল নহয়
ఉదాహరణ : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম
పర్యాయపదాలు : অধম, অপ্রবল, কম, প্রবলতাহীন, বেয়া, মন্দ
అర్థం : ভালৰ ওলোটা বা বিপৰীত
ఉదాహరణ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
పర్యాయపదాలు : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নীচ, বদ, বেয়া, মন্দ
ఆప్ స్థాపించండి