సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো পঞ্জী, তালিকা আদিত নাম লিখোৱা কার্য
ఉదాహరణ : এগৰাকী নার্চে চিকিৎসালয়ত নৱজাতকৰ পঞ্জীয়ন কৰি আছে
పర్యాయపదాలు : নামাংকন, পঞ্জীকৰণ, পঞ্জীয়ন
అర్థం : কোনো চেক আদিত হস্তাক্ষৰ কৰা বা তাৰ পিছফালে বেংক আদিত মোহৰ লগোৱা কার্য
ఉదాహరణ : স্বাক্ষৰ কৰিলেহে চেকৰ মূল্য থাকে
పర్యాయపదాలు : চহী, নামাংকন, স্বাক্ষৰ
ఆప్ స్థాపించండి