సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : খ্যাত হোৱা অৱস্থা বা ভাব
ఉదాహరణ : শচীন তেণ্ডুলকাৰে ক্রিকেটৰ জৰিয়তে খ্যাতি আৰু ধন দুয়োটাই অর্জন কৰিছে
పర్యాయపదాలు : কীর্তি, খ্যাতি, গুণ-গৰিমা, গুণ-যশ, নাম-যশ, প্রতিষ্ঠা, প্রসিদ্ধি, যশ, যশস্যা, সুখ্যাতি, সুনাম, সুবাদ, সুযশ
అర్థం : যি শ্্ব্দৰ দ্বাৰা কোনো বস্তু বা ব্যক্তি আদিৰ বোধ জন্মে বা যি শ্্ব্দৰে কাৰোবাক মতা হয়
ఉదాహరణ : আমাৰ আচার্যদেৱৰ নাম শ্রীপুষ্পক ভট্টাচার্য
పర్యాయపదాలు : সংজ্ঞা
ఆప్ స్థాపించండి