పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి নাড়ি అనే పదం యొక్క అర్థం.

নাড়ি   বিশেষ্য

అర్థం : জৰায়ুজ জন্তুৰ পেটৰ সোমাজত থকা ঘূৰণীয়া খোৰ বা গাঁত যʼত গর্ভাৱস্থাত জৰায়ুনলী লগ-লাগি থাকে

ఉదాహరణ : এই কেঁচুৱাটোৰ নাড়ী পকিছে

పర్యాయపదాలు : উদৰাবর্ত, নাই, নাড়ী, নাভি, নাভিকুণ্ডল, নাভিকুণ্ডলী, নাভিকূপ, নাভিদেশ, নাভিমণ্ডল, নাভিস্থল

అర్థం : প্রাণীৰ পেটৰ ভিতৰত থকা এক বিশেষ নলী যি গুহ্যদ্বাৰলৈকে থাকে আৰু যাৰ মাজেদি মল বা অদৰকাৰী পদার্থ ্ বাহিৰ হৈ যায়

ఉదాహరణ : আমিষভোজী মানুহৰ অন্ত্রৰ ভিতৰখন লাহে-লাহে ডাঙৰ হৈ যায়

పర్యాయపదాలు : অন্ত্র, অন্ত্রজঠৰ, নাড়ি-ভুড়ু, নাড়ী