సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ৰংগমঞ্চত অভিনেতাই কৰা অংগীভংগী, বেশভূষা আৰু কথোপকথন জৰিয়তে কৰা ঘটনাৰ প্রদর্শন
ఉదాహరణ : গায়নৰ লগতে বাদনো নাট্য ক্ষেত্রত আৱশ্যক
పర్యాయపదాలు : নাট্য
అర్థం : এবিধ সাহিত্যকৃতি যাক ৰংগমঞ্চত অভিনেতা-অভিনেত্রীৰ অঙ্গী-ভঙ্গী, কথোপকথন আদিৰ দ্বাৰা প্রদর্শিত কৰা হয়
ఉదాహరణ : তেওঁ লিখা ভালেমান নাটক ৰংগমঞ্চত প্রদর্শিত হৈছে
పర్యాయపదాలు : নাট, নাটিকা, নাট্য
అర్థం : কাৰোবাক ঠগিবৰ কাৰণে সজা ৰূপ বা কৰা কাম
ఉదాహరణ : তেওঁ ্বেমাৰ হোৱাৰ ভাও জুৰি আছে
పర్యాయపదాలు : অভিনয়, ভাও জোৰা
ఆప్ స్థాపించండి