అర్థం : কোনো বস্তু কাম আদি নষ্ট হৈ যোৱা
ఉదాహరణ :
তেওঁৰ ব্যৱসায় সম্পূর্ণৰূপে ডুবিল
పర్యాయపదాలు : ডুবা
అర్థం : কোনো বস্তুৰ ৰূপ-গুণ কমি অহা বা সি ক্রমে আগৰ অৱস্থাৰ পৰা বেয়া হৈ অহা কার্য
ఉదాహరణ :
এই যন্ত্রটো নষ্ট হৈ গʼল
పర్యాయపదాలు : অনিষ্ট হোৱা, বিকাৰ ঘটা, বিকৃত হোৱা