సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : নিঃসৰণ বা নিষ্কাশনৰ বাবে থকা নলীৰ নিচিনা গঠন যʼত কিছুমান তৰল থাকে
ఉదాహరణ : আমাৰ শৰীৰত কেইবা ধৰণৰ নলিকা থাকে
పర్యాయపదాలు : নলিকা
అర్థం : পানী বৈ যোৱা সৰু পথ বা সৰু জান
ఉదాహరణ : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল
పర్యాయపదాలు : নর্দম্া, নলা, লোৰ
అర్థం : গোল-দীঘলীয়া ফোঁপোলা বস্তু
ఉదాహరణ : তেওঁ ্ পাইপেৰে নাৰিকলৰ পানী খাই আছে
పర్యాయపదాలు : চুঙা, চুঙী, নল, নলা, নলিচা, পাইপ
అర్థం : যিডাল ধাতুৰ নলীৰে চহৰ-নগৰৰ ঘৰে ঘৰে খোৱাপানী, গা-ধোৱা পানী আহে
ఉదాహరణ : এতিয়ালৈকে পানী-নলীত পানী অহাই নাই
పర్యాయపదాలు : টেপ, পানী-নলী
ఆప్ స్థాపించండి