అర్థం : নলৰ আকাৰৰ কোনো বস্তু
ఉదాహరణ :
জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
పర్యాయపదాలు : চুঙা
అర్థం : জলীয় পদার্থ ্ওলাই যোৱা নলী বা মুখ
ఉదాహరణ :
ভোগজৰাটোৰ নলিচাটো ভাঙি থাকিল
అర్థం : ধোঁৱা খোৱা এক বিশেষ প্রকাৰৰ উপকৰণ
ఉదాహరణ :
ৰামে হোকা খাই আছে
పర్యాయపదాలు : গুড়গুড়ী, গুৰগুৰী, চিলিম, হোকা, ্ ধোঁৱা খোৱা