అర్థం : বৰষুণৰ পানী বৈ অহা জলপথ
ఉదాహరణ :
একেৰাহে বৰষুণ হোৱাৰ কাৰণে নলাবোৰ ওপচি পৰিছে
పర్యాయపదాలు : নলা
అర్థం : যাৰ মাজেদি বৰষুণৰ পানী বা ময়লা যুক্ত পানী বৈ যায়
ఉదాహరణ :
এই নলাটোৰ পানী চহৰৰ দূৰৈৰ এখন নদীত গৈ পৰিছে
పర్యాయపదాలు : নলা