పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి নমুনা అనే పదం యొక్క అర్థం.

নমুনা   বিশেষ্য

అర్థం : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়

ఉదాహరణ : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ

పర్యాయపదాలు : আর্হি, উদাহৰণ, দৃষ্টান্ত, নজিৰ, নিদ্্র্শন

అర్థం : কোনো বস্তু সজা বা কোনো কাম আদি কৰাৰ আগতে তৈয়াৰ কৰি লোৱা তাৰ এক ৰূপ

ఉదాహరణ : নতুন মেচিনৰ আর্হি তৈয়াৰ কৰা হৈ গৈছে

పర్యాయపదాలు : আর্হি, মডেল

అర్థం : কোনো পদার্থ আদিৰ প্রকাৰ, গুণ আদিৰ পৰিচয় কৰোৱাৰ কাৰণে তাৰ পৰা উলিওৱা কিছু অংশ

ఉదాహరణ : খেতিয়কে শস্যৰ নমুনা মহাজনক দেখুৱালে

అర్థం : যিটো দেখি বা সেই অনুসৰি কিবা কৰা বা বনোৱা হয়

ఉదాహరణ : বৈজ্ঞানিকসকলে চৰাইৰ নমুনা চাই উৰাজাহাজৰ নি্র্মাণ কৰিছিল

పర్యాయపదాలు : আর্হি, ডিজাইন

అర్థం : কোনো বিষয়ক স্পষ্টভাৱে কোৱা বা প্রমাণ কৰিবৰ কাৰণে কৰা কোনো জ্ঞাত অন্য বিষয়ৰ উল্লেখ

ఉదాహరణ : উদাহৰণ দি বুজালে কোনো বিষয় সোনকালে বুজিব পাৰি

పర్యాయపదాలు : উদাহৰণ, দৃষ্টান্ত