సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : তলমুৱা হৈ থকা অৱস্থা বা ভাব
ఉదాహరణ : গছজোপা নদীৰফালে নামি আছে
అర్థం : নামি যোৱা বা কমি যোৱা
ఉదాహరణ : আজি ৰাতিপুৱাহে তেওঁৰ জ্বৰ কমিল
పర్యాయపదాలు : কমা
అర్థం : ওখ ঠাইৰ পৰা তললৈ অহা কার্য
ఉదాహరణ : আইতাই লাহে লাহে খটখটিৰে নামিছে
పర్యాయపదాలు : অৱৰোহণ কৰা, নামি অহা
అర్థం : মূল্য অৱনমিত হোৱা বা কমি অহা
ఉదాహరణ : আজিকালি সোণৰ দাম নামিছে
పర్యాయపదాలు : কমা, পৰা
ఆప్ స్థాపించండి