అర్థం : যাক তললৈ মূৰ কৰাব পাৰি
ఉదాహరణ :
এই লাখুটিডাল লেহুকা
పర్యాయపదాలు : লেউসেউ, লেহুকা, স্থিতিস্থাপক
అర్థం : যাক টানিব পৰা যায় বা টানিবৰ যোগ্য
ఉదాహరణ :
সোণ, ৰূপ, লোহা আদি নমনীয় ধাতু
అర్థం : যাক হেঁচ্া দি বা পিটি নভঙাকৈ সহজে বেলেগ আকাৰ দিব পাৰি
ఉదాహరణ :
কিছুমান ধাতু নমনীয় হয়