పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి নতুন అనే పదం యొక్క అర్థం.

নতুন   বিশেষণ

అర్థం : যিটো এতিয়া সজা, উলিওৱা বা প্রস্তুত কৰা বা প্রকাশিত হৈছে

ఉదాహరణ : এতিয়া আমি আপোনাক পাব পৰা নতুন বস্তুৰ বিষয়ে খবৰ দিম

పర్యాయపదాలు : আধুনিক, নবীনতম, নৱ, লেটেষ্ট

అర్థం : যি প্রবীণ নহয়

ఉదాహరణ : নবীন খেলুৱৈসকলেও ভাল খেল প্রদর্শন কৰিছে

పర్యాయపదాలు : তৰুণ, নবাগত, নবীন

అర్థం : যিজনে কোনো কাম এইমাত্রহে শিকিছে

ఉదాహరణ : এই কামটো নতুন মানুহেও কৰিব পাৰে

పర్యాయపదాలు : অনভ্যস্ত, অপৈণত, অপৰিপক্ক, অসিদ্ধ, নতুন শিকাৰু, নতুনকৈ শিকা, নশিকাৰু, নৱ শিকাৰু

అర్థం : যাৰ আগতে অস্তিত্ব নাই

ఉదాహరణ : আমি কোনো নতুন কাম কৰিব লাগে

పర్యాయపదాలు : অভিনৱ, নবীন, নৱ

అర్థం : যিটো বনোৱা, ওলোৱা বা প্রস্তুত কৰা বেছি দিন হোৱা নাই:বৈজ্ঞানিক ক্ষেত্রত ৰবট এক নতুন আৱিষ্কাৰ

ఉదాహరణ :

పర్యాయపదాలు : অভিনৱ, , নবীন, নব্য, নৱ