పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి নজৰ అనే పదం యొక్క అర్థం.

নজৰ   বিশেষ্য

అర్థం : চোৱা কার্য ্বা ঢং

ఉదాహరణ : চাৱনি দেখিয়েই আমি বুজিলো যে তেওঁ বহুত খঙত আছে

పర్యాయపదాలు : চাৱনি, দৃষ্টি

అర్థం : কোনো বস্তু বা ব্যক্তিক নির্দিষ্ট ঠাইৰ পৰা আঁতৰি নাযাবলৈ আৰু চোৱা-চিতা বা ৰক্ষণাবেক্ষণ দিবৰ কাৰণে নিযুক্ত কৰা প্রহৰীৰ কার্য

ఉదాహరణ : প্রহৰীজনে ক্ষীপ্রতাৰে পহৰা দি আছে

పర్యాయపదాలు : চকিদাৰি, পহৰা

అర్థం : কোনো ধুনীয়া বা প্রিয় মানুহ বা বস্তুৰ ওপৰত পৰা দৃষ্টি বা বেয়া প্রভাৱ

ఉదాహరణ : মাকে শিশুটোক মানুহৰ নজৰৰ পৰা বচাবৰ বাবে কপালত কʼলা ফোট দিলে

పర్యాయపదాలు : কুদৃষ্টি, বেয়া নজৰ

అర్థం : দোষ-গুণৰ সঠিক নি্র্ণয় ্কৰা দৃষ্টি

ఉదాహరణ : তেওঁৰ ্নজৰ মানিব লাগিব