పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి নকল అనే పదం యొక్క అర్థం.

নকল   বিশেষ্য

అర్థం : কোনো শ্্ব্দ, বাক্য, লেখা আদি চাই তাক আক্ষৰিকভাৱে লিখা কার্য

ఉదాహరణ : শিক্ষকে দুজন পৰীক্ষার্থীক নকল কৰি থাকোঁতে ধৰিলে

అర్థం : লেখা আদিৰ আক্ষৰিক স্বৰূপ

ఉదాహరణ : পৰীক্ষা প্রমাণ পত্রৰ আৰু এখন প্রতিলিপিৰ কাৰণে বিদ্যালয়ত আবেদন পত্র দিয়া হৈছে

పర్యాయపదాలు : অনুলিপি, কপি, প্রতিলিপি, প্রতিলেখ

అర్థం : কাৰোবাৰ আদব-কায়দা অথবা কথা বতৰাৰ হুবহু ৰূপত কৰা অনুসৰণ

ఉదాహరణ : সৰু লʼৰাটোৱে নিজৰ ককাকৰ নকল কৰি আছে

అర్థం : আন কিহবাৰ আকাৰ বা প্রকাৰ অনুসৰি তৈয়াৰ কৰা কোনো বস্তু

ఉదాహరణ : শিৱসাগৰ জিলাত থকা ৰংঘৰৰ প্রতিকৃতি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্রত আছে

పర్యాయపదాలు : অনুকৃতি, প্রতিকৃতি, প্রতিৰূপ

নকল   বিশেষণ

అర్థం : যিটো কেৱল ৰূপ-ৰং, আকাৰ-প্রকাৰ আদিৰ বিচাৰেৰে দেখুওৱা হয়

ఉదాహరణ : নকলী বস্তুৰ সৌন্দর্যৰ ্প্রভাৱ ক্ষণিকৰ বাবেহে থাকে

పర్యాయపదాలు : কৃত্রিম, নকলী

అర్థం : যʼত দোষ আছে

ఉదాహరణ : দোকানীজনে মোক দিয়া ভেজাল নোটখন ঘূৰাই লʼলে

పర్యాయపదాలు : অবিশুদ্ধ, কৃত্রিম, জাল, নকলী, ভেজাল