సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ
ఉదాహరణ : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে
పర్యాయపదాలు : ইহজগত, জগত, জীৱলোক, ধৰণী, ধৰা, পৃথিৱী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী
అర్థం : হিন্দু ধর্মগ্রন্থত বর্ণিত গোটেই সংসাৰক ধাৰণ কৰি থকা এগৰাকী দেৱী
ఉదాహరణ : ধর্মগ্রন্থত ধৰিত্রীক ভগৱান বিষ্ণুৰ পত্নী বুলি কোৱা হৈছে
పర్యాయపదాలు : অদিতি, ধৰিত্রী আই, ধৰিত্রী মাতা, পৃথিৱী, বসুন্ধৰা
ఆప్ స్థాపించండి