పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ধৰা అనే పదం యొక్క అర్థం.

ধৰা   বিশেষ্য

అర్థం : ধৰা কার্য

ఉదాహరణ : তেওঁৰ ্ধৰাটো ঢিলা হোৱা কাৰণেই মাছটো পানীত জপিয়াই পৰিল

అర్థం : মনোভাব আদিক নিয়ন্ত্রণত ৰখা কার্য

ఉదాహరణ : মায়ে ৰাতিপুৱাৰ পৰা ধৰা কথাটো দেউতা অহাৰ লগে লগেই উজাৰি দিলে

అర్థం : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ

ఉదాహరణ : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে

పర్యాయపదాలు : ইহজগত, জগত, জীৱলোক, ধৰণী, ধৰিত্রী, পৃথিৱী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী

ধৰা   ক্ৰিয়া

అర్థం : কিবা কৰি থকা কাৰোবাক কোনো বিশেষ কাৰণত বাধা দিয়া

ఉదాహరణ : নিৰীক্ষকে নকল কৰি থকা পৰীক্ষার্থীক ধৰিলে

అర్థం : আক্রান্ত হোৱা

ఉదాహరణ : মোৰ বেয়াকৈ পানীলগাই ধৰিছে

అర్థం : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা

ఉదాహరణ : মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ

పర్యాయపదాలు : লোৱা

అర్థం : কল্পনা কৰা

ఉదాహరణ : আমি প্রশ্নৰ সমাধান কৰিবৰ কাৰণে ক আৰু খ-ক অজ্ঞাত ৰাশি স্থানত ধৰিছোঁ

పర్యాయపదాలు : কল্পনা কৰা, ধৰি লোৱা

అర్థం : বতাহ, সেমেকা বতৰ আদিত ধাতু নষ্ট হোৱা অৱস্থা

ఉదాహరణ : বৰষুণত লোহা মামৰে খায়

పర్యాయపదాలు : খোৱা

అర్థం : কʼৰবালৈ যাবৰ বাবে বাহন আদিৰ ওচৰ পোৱা

ఉదాహరణ : পলম হোৱাৰ কাৰণে আমি দহ বজাৰ বাচ ধৰিব নোৱাৰিলো

అర్థం : কোনো বস্তু পৰি নোযোৱাকৈ বা এৰাব নোৱাৰাকৈ হাতত লোৱা কার্য

ఉదాహరణ : ৰাস্তাটো পাৰ কৰাবৰ কাৰণে ককাদেউতাকে শিশুটোৰ হাতত ধৰিলে