అర్థం : ধৰা কার্য
ఉదాహరణ :
তেওঁৰ ্ধৰাটো ঢিলা হোৱা কাৰণেই মাছটো পানীত জপিয়াই পৰিল
అర్థం : মনোভাব আদিক নিয়ন্ত্রণত ৰখা কার্য
ఉదాహరణ :
মায়ে ৰাতিপুৱাৰ পৰা ধৰা কথাটো দেউতা অহাৰ লগে লগেই উজাৰি দিলে
అర్థం : কিবা কৰি থকা কাৰোবাক কোনো বিশেষ কাৰণত বাধা দিয়া
ఉదాహరణ :
নিৰীক্ষকে নকল কৰি থকা পৰীক্ষার্থীক ধৰিলে
అర్థం : আক্রান্ত হোৱা
ఉదాహరణ :
মোৰ বেয়াকৈ পানীলগাই ধৰিছে
అర్థం : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা
ఉదాహరణ :
মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ
పర్యాయపదాలు : লোৱা
అర్థం : কল্পনা কৰা
ఉదాహరణ :
আমি প্রশ্নৰ সমাধান কৰিবৰ কাৰণে ক আৰু খ-ক অজ্ঞাত ৰাশি স্থানত ধৰিছোঁ
పర్యాయపదాలు : কল্পনা কৰা, ধৰি লোৱা
అర్థం : বতাহ, সেমেকা বতৰ আদিত ধাতু নষ্ট হোৱা অৱস্থা
ఉదాహరణ :
বৰষুণত লোহা মামৰে খায়
పర్యాయపదాలు : খোৱা
అర్థం : কʼৰবালৈ যাবৰ বাবে বাহন আদিৰ ওচৰ পোৱা
ఉదాహరణ :
পলম হোৱাৰ কাৰণে আমি দহ বজাৰ বাচ ধৰিব নোৱাৰিলো
అర్థం : কোনো বস্তু পৰি নোযোৱাকৈ বা এৰাব নোৱাৰাকৈ হাতত লোৱা কার্য
ఉదాహరణ :
ৰাস্তাটো পাৰ কৰাবৰ কাৰণে ককাদেউতাকে শিশুটোৰ হাতত ধৰিলে