సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বজোৱা হোৱা
ఉదాహరణ : বজোৱা ঢোলৰ শ্্ব্দ বহুদূৰলৈ শুনা গৈছিল
పర్యాయపదాలు : বজোৱা
అర్థం : যিটো ধ্বনি বা শ্্ব্দৰ ৰূপত প্রকট হৈছে
ఉదాహరణ : অর্জুনৰ ধনুৰ টংকাৰত চৌদিশ ধ্বনিত হৈ উঠিল
పర్యాయపదాలు : নিনাদিত, শ্্ব্দায়মান
అర్థం : ভোমোৰাৰ গুঞ্জনৰ সৈতে যুক্ত
ఉదాహరణ : তেখেতে গুঞ্জিত উপবনৰ সৌন্দর্য উপভোগ কৰি আছে
పర్యాయపదాలు : গুঞ্জিত, গুঞ্জৰিত
అర్థం : গুঞ্জন কৰি থকা
ఉదాహరణ : গায়কৰ স্বৰৰ দ্বাৰা গুঞ্জিত ভৱনত সকলো শান্ত হৈ বহি আছিল
ఆప్ స్థాపించండి