అర్థం : কোনো ঘৰ আদিৰ ভঙা-চিঙা অথবা হালি পৰা অংশ
ఉదాహరణ :
এইটো মোগলযুগৰ কিল্লাৰ ভগ্নাৱশেষ
పర్యాయపదాలు : ভগ্নাৱশেষ
అర్థం : অট্টালিকা বা প্রাসাদ (প্রাচীন স্থাপত্যৰ নি্দর্শনৰ) আদিৰ ভাঙি-চিঙি ৰৈ যোৱা টুকুৰা
ఉదాహరణ :
ধ্বংসাৱশেষৰ পৰা দুটা মৰাশ উদ্ধাৰ কৰা হৈছে