అర్థం : অনর্থ ্বা ধ্বংস কৰোঁতা
ఉదాహరణ :
গুজৰাটত হোৱা ধ্বংসকাৰী ভূমিকম্পই বহুতকে অনাথ কৰিলে
పర్యాయపదాలు : প্রলংয়কাৰী, ্অনর্থ্্কাৰী
అర్థం : যিহৰ দ্বাৰা অৱনতি হয় বা যি অৱনতি কৰে
ఉదాహరణ :
চৰকাৰৰ নতুন আঁচনিবোৰ সমাজৰ কাৰণে ধ্বংসকাৰী বুলি প্রমাণ হʼল
పర్యాయపదాలు : পতনমুখী
అర్థం : যি ধ্বংস কৰে
ఉదాహరణ :
বাৰুদ এবিধ ধ্বংসকাৰী বস্তু