పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ধোৱা అనే పదం యొక్క అర్థం.

ধোৱা   বিশেষ্য

అర్థం : ধোৱা কাম

ఉదాహరణ : গীতাই কাপোৰ ধুই আছে

అర్థం : ধোৱা কাম

ఉదాహరణ : শ্রমিকবোৰে ইটাবোৰ ধোৱা কাম কৰি আছে

ধোৱা   ক্ৰিয়া

అర్థం : কাপোৰ চফা কৰা কার্য

ఉదాహరణ : শীলাই কাপোৰ ধুই আছে

అర్థం : পানী, চাবোন আদিৰে কাপোৰ আদি চফা কৰা কার্য

ఉదాహరణ : এচামোচ পাউদাৰেৰে ইমান সোপা কাপোৰ ধোৱা হʼল

అర్థం : পানী, চাবোন আদিৰে চফা কৰা বা ধোৱা

ఉదాహరణ : আজিকালি মেচিনত কাপোৰ ধোৱা হয়

అర్థం : পানী বা কোনো তৰল পদার্থৰ ্ সহায়ত কোনো বস্তুৰ পৰা ময়লা, ধূলি আদি ্ আঁতৰোৱা কার্য

ఉదాహరణ : শ্যামাই সাধুজনৰ ভৰি ধুই দিছে

పర్యాయపదాలు : ধুই দিয়া, পখালা, পখালি দিয়া

అర్థం : বাচন-বর্তন, ্কাপোৰ আদি পানীত ধোৱা

ఉదాహరణ : তেওঁ ্কাপোৰখন ধুলে আৰু শুকাবৰ কাৰণে ৰʼদত মেলি দিলে

పర్యాయపదాలు : ধোৱা-পখলা কৰা, প্রক্ষালন কৰা