సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বাঁহ বা লোহা আদিৰ মিহি পাত বেঁক্া কৰি দূইমূৰে গুণ লগাই সজা অস্ত্র, যিহেৰে কাঁড় মৰা হয়
ఉదాహరణ : চিকাৰীজনে ধনুৰে বাঘটোলৈ শৰ নিক্ষেপ কৰিলে
పర్యాయపదాలు : ধনু, ধনুক
అర్థం : গাখীৰৰ কাৰণে প্রসিদ্ধ এবিধ চাৰিঠেঙীয়া শিং থকা পোহনীয়া তৃণভোজী মাইকী প্রাণী
ఉదాహరణ : গাইজনীয়ে পোৱালিটোক গাখীৰ খুৱাই আছে
పర్యాయపదాలు : গাই, গাইগৰু, গাভী, সুৰভি
ఆప్ స్థాపించండి