అర్థం : ধোঁৱা বৰণৰ
ఉదాహరణ :
কুঁৱলীৰ কাৰণে সকলো ধূসৰ দেখা গৈছে
అర్థం : ধূলি লগা বা ধূলি সনা
ఉదాహరణ :
খেতিয়কজনে ধূলিধূসৰিত ধুতিখন পিন্ধি আছে
పర్యాయపదాలు : ধূলি ধূসৰ, ধূলিধূসৰিত
అర్థం : ধূলিৰে ভৰি থকা
ఉదాహరణ :
ধুমুহা অহাৰ লগে লগেই গোটেই পৰিৱেশ ধূলিময় হৈ পৰিল
పర్యాయపదాలు : ধূলিধূসৰিত, ধূলিময়, ধূসৰিত