పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ধাৰা అనే పదం యొక్క అర్థం.

ধাৰা   বিশেষ্য

అర్థం : যি ডাঙৰ সংখ্যাত বা বৃহৎ মাত্রাত হঠাৎ বা প্রচণ্ড ৰূপত ওলায় আহে

ఉదాహరణ : তেওঁৰ মুখৰ পৰা ওলোৱা গালিৰ ধাৰা কমাই হোৱা নাই

పర్యాయపదాలు : ধাৰ, প্রবাহ

అర్థం : বৈ যোৱা কার্য ্বা ভাব

ఉదాహరణ : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল

పర్యాయపదాలు : প্রবাহ, বেগ, সোঁত

అర్థం : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে

ఉదాహరణ : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়

పర్యాయపదాలు : দফা, নিয়ম

అర్థం : এটাৰ পিছত এটা হৈ থকা ঘটনা বা একেলেথাৰিয়ে হৈ থকা বিচাৰ আদিৰ প্রভাৱশালী ক্রম

ఉదాహరణ : কাব্যানুষ্ঠানত কবিতাৰ প্রবাহে শ্রোতাক বান্ধি ৰাখিছিল

పర్యాయపదాలు : প্রবাহ

అర్థం : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ

ఉదాహరణ : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়

పర్యాయపదాలు : ধাৰ, প্রৱাহ, সোঁত