పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ধাৰ అనే పదం యొక్క అర్థం.

ধাৰ   বিশেষ্য

అర్థం : মালিক পক্ষক পিছত পৰিশোধ কৰা কোনো বস্তু আদিৰ পৰিমাণ

ఉదాహరణ : এতিয়া কাপোৰৱালা মহাজনৰ মোৰ ওচৰত দুহাজাৰ টকাৰ ধাৰ আছে

అర్థం : যি ডাঙৰ সংখ্যাত বা বৃহৎ মাত্রাত হঠাৎ বা প্রচণ্ড ৰূপত ওলায় আহে

ఉదాహరణ : তেওঁৰ মুখৰ পৰা ওলোৱা গালিৰ ধাৰা কমাই হোৱা নাই

పర్యాయపదాలు : ধাৰা, প্রবাহ

అర్థం : হঠাৎ জোৰেৰে অহা প্রৱাহ

ఉదాహరణ : পানীৰ লহৰবোৰ শিলত ঠেকা খাই আগুৱাই গৈ আছে

పర్యాయపదాలు : লহৰ

అర్థం : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত

ఉదాహరణ : এই তৰোৱালখনৰ পানী চাবলগীয়া

పర్యాయపదాలు : পানী

అర్థం : কʼৰবাৰ পৰা বা কাৰোবাৰ পৰা সুত সহিত বা বিনা সুতেৰে পুনৰ ঘূৰাই দিয়াৰ চুক্তিত লোৱা ধন

ఉదాహరణ : তেওঁ ঘৰ ্সাজিবৰ কাৰণে বেংকৰ পৰা ঋণ লৈছে

పర్యాయపదాలు : ঋণ

అర్థం : নির্দিষ্ট সময়ত ঘূৰাই দিম বুলি কাৰোবাৰ পৰা লোৱা কোনো বস্তু, টকা আদি

ఉదాహరణ : ৰামে কিতাপখন কিনিবৰ কাৰণে মোৰ পৰা এশ টকা ধাৰলৈ লʼলে

అర్థం : হাতিয়াৰ বা অস্ত্রৰ চোক

ఉదాహరణ : কটাৰীখনৰ ধাৰ নোহোৱা হʼল

అర్థం : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ

ఉదాహరణ : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়

పర్యాయపదాలు : ধাৰা, প্রৱাহ, সোঁত