పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ধাউতি అనే పదం యొక్క అర్థం.

ধাউতি   বিশেষ্য

అర్థం : কোনো ফালে প্রবৃত্ত হোৱাৰ কার্য ্বা ভাৱ

ఉదాహరణ : লʼৰাহঁতৰ কংগ্রেছৰ প্রতি ধাউতি আছে

అర్థం : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল

ఉదాహరణ : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে

పర్యాయపదాలు : অনুৰাগ, আসক্তি, জেদ, টান, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা

అర్థం : আসক্ত হোৱা ক্রিয়া বা ভাব

ఉదాహరణ : তেওঁৰ আসক্তি প্রেমলৈ পৰিণত হʼল

పర్యాయపదాలు : অনুৰাগ, আসক্তি, ইচ্ছানুভূতি, টান, প্রবণতা, স্পৃহা, হাবিলাস, হাবিয়াহ

అర్థం : প্রাকৃতিকভাৱে কোনো কাম আদিত হোৱা ধাউতি

ఉదాహరణ : পঢ়াৰ প্রতি ধাউতি দেখি ্তেওঁক চহৰলৈ পঠোৱা হʼল

పర్యాయపదాలు : অভিৰুচি, আগ্রহ, ইচ্ছা, মন, হাবিলাস, হাবিয়াস, ৰুচি

అర్థం : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ

ఉదాహరణ :

పర్యాయపదాలు : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকাংক্ষা, আকুল, আকূতি, আগ্রহ, আশা, আশা-দশা, আশা-ভাৰসা, ইচ্ছা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, বাঞ্ছা, বাসনা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ