అర్థం : শিশুৰ চোৱাচিতা কৰা দাসী
ఉదాహరణ :
কাম-কাজত ব্যস্ত মহিলাসকলে নিজৰ শিশুৰ কাৰণে ধাই ৰাখে
అర్థం : কেঁচুৱা জন্ম দিয়াত সহায়তা কৰা স্ত্রী
ఉదాహరణ :
আজিকালি ্গাঁৱৰ ধাইসকলকো চৰকাৰী প্রশিক্ষণ দিয়া হয়
పర్యాయపదాలు : ধাই মাতৃ
అర్థం : প্রসূতিৰ যতন আৰু সেৱা-শুশ্রূষা কৰা কৰা স্ত্রী
ఉదాహరణ :
চিকিৎসকে প্রসূতিৰ চোৱা-চিতাৰ কাৰণে এগৰাকী ধাই নিযুক্ত কৰিলে
పర్యాయపదాలు : ধাত্রী