అర్థం : ধর্মান্ধ হোৱা অৱস্থা
ఉదాహరణ :
ধর্মান্ধতা ব্যক্তি আৰু সমাজৰ কাৰণে লাভদায়ক নহয়
అర్థం : নিজৰ মত বা সম্প্রদায়ৰ কথালৈ আকোঁৰগোজ হৈ থকা স্বভাৱ
ఉదాహరణ :
হিন্দু তথা মুছলমানৰ ধর্মান্ধতাৰ কাৰণেই অযোধ্যা বিবাদ হৈছিল
పర్యాయపదాలు : গোৰামী, ধর্মোন্মাদনা