సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : শৰীৰৰ পৰা কলিজালৈ তেজ অনা-নিয়া কৰা নলী
ఉదాహరణ : বেজে নাড়ী পৰীক্ষা কৰিছে
పర్యాయపదాలు : নাড়ী, শিৰা, সিৰ
అర్థం : হৃদযন্ত্রৰ পৰা বিশুদ্ধ তেজ সমগ্র শৰীৰলৈ কঢ়িয়াই লৈ যোৱা ৰক্তবাহী নলী বিশেষ
ఉదాహరణ : ধমনীত বিশুদ্ধ তেজ চলাচল কৰে
అర్థం : শৰীৰত তন্তুময় সংযোগী শিৰাৰে গঠিত হোৱা সেই নলী যি পেশীক হাড় বা অন্য কোনো ভাগৰ সৈতে সংলগ্ন কৰি ৰাখে
ఉదాహరణ : আমাৰ শৰীৰত গোৰোহাৰ পিছফালে সকলোতকৈ সবল সিৰাডাল আছে
పర్యాయపదాలు : নাড়ী, সিৰা
ఆప్ స్థాపించండి