అర్థం : ভয়, দুর্বল্্তা, জ্বৰ আদিৰ বাবে হৃদয় ধক-ধক কৰা বা স্পন্দিত হোৱা
ఉదాహరణ :
ক্রোধিত হʼলে হৃদয় জোৰেৰে ধপধপায়
పర్యాయపదాలు : স্পন্দিত হোৱা
అర్థం : ভয়, উদ্বেগ আদিৰ কাৰণে হৃদয়ৰ গতি তীব্র হোৱা
ఉదాహరణ :
পুলিচক দেখিয়েই চোৰটোৰ বুকু ধপধপাবলৈ ধৰিলে