సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : নি্র্ধনী ব্যক্তি
ఉదాహరణ : মহাজন মনোহৰ দাসে সদায় দৰিদ্রৰ সহায় কৰে
పర్యాయపదాలు : গৰীব, দুখীয়া, নির্ধন, ফকীৰ
అర్థం : যাৰ হাতত ধন নিচেই কম থাকে বা একেবাৰেই নাথাকে
ఉదాహరణ : নি্র্ধনী ব্যক্তিয়ে পৰিশ্রম কৰি ধনী হʼব পাৰে
పర్యాయపదాలు : গৰিব, গৰীব, দুঃস্থ, দুখীয়া, ধনহীন, নিধনী, নি্র্ধন, নি্র্ধনী
ఆప్ స్థాపించండి