సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ৰাষ্ট্র আদিৰ ক্ষতিসাধন কৰা বহুত ডাঙৰ উপদ্রৱ
ఉదాహరణ : মঙ্গল পাণ্ডেই ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল
పర్యాయపదాలు : বিদ্রোহ
అర్థం : শত্রুৰ ভাব বা কার্য
ఉదాహరణ : আপুনি শত্রুতা পাহৰি যোৱাটোৱেই ভাল
పర్యాయపదాలు : অৰি, আখেজ, দুচমন, দুছমন, দুশমন, দ্বেষ, প্রতিকূলতা, বিদ্বেষ, বিৰোধিতা, বিৰোধী ভাব, বৈৰীতা, শতুৰালি, শতুৰু, শত্রুতা, শতৰু
ఆప్ స్థాపించండి