సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : দেশৰ বা দেশ সম্বন্ধীয়
ఉదాహరణ : ধুতি-কুর্তা ভাৰতৰ দেশীয় পোছাক
పర్యాయపదాలు : দেশী
అర్థం : যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা
ఉదాహరణ : উটপক্ষী অষ্ট্রেলিয়াৰ স্থানীয় চৰাই
పర్యాయపదాలు : আঞ্চলিক, থলুৱা, দেশজ, দেশজাত, দেশী, মূল, স্থানীয়
అర్థం : নিজৰ দেশত উৎপন্ন হোৱা বা তৈয়াৰ কৰা
ఉదాహరణ : স্বদেশী বস্তুৰ প্রয়োগ কৰা উচিত
పర్యాయపదాలు : দেশজ, দেশী, স্বদেশী, স্বদেশীয়
ఆప్ స్థాపించండి