సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র
ఉదాహరణ : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে
పర్యాయపదాలు : প্রদেশ, প্রান্তৰ, ৰাজ্য
అర్థం : কোনো দেশৰ প্রশাসনীয় দল বা চৰকাৰ
ఉదాహరణ : দেশে অতি সোনকালেই কেইখনমান নতুন আঁচনি আৰম্ভ কৰিব
పర్యాయపదాలు : চৰকাৰ, ৰাষ্ট্র
అర్థం : এখন ধৰি লোৱা ক্ষেত, যʼত কোনোবাই প্রভাৱ বিস্তাৰ
ఉదాహరణ : চাৰিওফালে মিছাৰ ৰাজ্য
పర్యాయపదాలు : সাম্রাজ্য, স্থলী, ৰাজ্য
అర్థం : এখন নির্দিষ্ট সংবিধান মানি চলা বিভিন্ন ৰাজ্য, নগৰ আদি থকা পৃথিৱীৰ এক বিশেষ ভূ-ভাগ
ఉదాహరణ : ভাৰতবর্ষ ্মোৰ দেশ দেশতকৈ মোমাই ডাঙৰ নহয়
పర్యాయపదాలు : ৰাষ্ট্র
అర్థం : কোনো দেশত বাস কৰা লোক
ఉదాహరణ : গান্ধীজীৰ মৃত্যুত গোটই দেশে কান্দিছিল
అర్థం : আপুনি বাস কৰা দেশ, প্রদেশ, জিলা, ক্ষেত্র, চহৰ গাঁও আদি
ఉదాహరణ : ভাৰত মোৰ দেশ
పర్యాయపదాలు : গৃহভূমি
ఆప్ స్థాపించండి