అర్థం : কোনো ব্যক্তি, পদার্থ ্ বা কাম-কাজ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ বা গুণ আদিৰ জ্ঞান লাভ কৰা
ఉదాహరణ :
তেওঁৰ নতুন ঘৰটো আমাক দেখুৱালে
పర్యాయపదాలు : দর্শন ্ কৰা, দেখুওৱা
అర్థం : নিৰীক্ষণ কৰোৱা কার্য
ఉదాహరణ :
প্রত্যক্ষদর্শীয়ে পুলিচক হত্যা হোৱা ঠাইখিনি দেখুৱালে
పర్యాయపదాలు : দেখুওৱা