పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి দেখুওৱা అనే పదం యొక్క అర్థం.

দেখুওৱা   ক্ৰিয়া

అర్థం : কোনো বস্তু বা কার্য আদিৰ ফালে ইংগিত কৰা

ఉదాహరణ : মায়ে মোক আকাশত ধ্রুৱ তৰাৰ স্থিতি দেখুৱালে

పర్యాయపదాలు : নির্দেশ ্কৰা

అర్థం : কোনো ব্যক্তি, পদার্থ ্ বা কাম-কাজ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ বা গুণ আদিৰ জ্ঞান লাভ কৰা

ఉదాహరణ : তেওঁৰ নতুন ঘৰটো আমাক দেখুৱালে

పర్యాయపదాలు : দর্শন ্ কৰা, দেখুৱা

అర్థం : অনুভৱ কৰোৱা

ఉదాహరణ : ভাগ্যই আমাক বহুত বেয়া দিন দেখুৱালে

అర్థం : * কৃত্রিমভাৱে প্রস্তুত কৰা বা দেখুওৱা বা আনৰ নিচিনাকৈ অভিনয় কৰা

ఉదాహరణ : শীলাই নিজকে অভিনেত্রী যেন দেখুৱায়

పర్యాయపదాలు : প্রদর্শন ্কৰা

అర్థం : অনুসন্ধান বা নিৰীক্ষণ কৰা

ఉదాహరణ : আপুনি ৰোগীজনক ডাক্তৰক দেখুৱালে নেকি ?

అర్థం : নিৰীক্ষণ কৰোৱা কার্য

ఉదాహరణ : প্রত্যক্ষদর্শীয়ে পুলিচক হত্যা হোৱা ঠাইখিনি দেখুৱালে

పర్యాయపదాలు : দেখুৱা