అర్థం : দৃঢ়তা সহকাৰে
ఉదాహరణ :
তেওঁ দৃঢ়তাৰে প্রহাৰ কৰিলে
పర్యాయపదాలు : জোৰকৈ, জোৰেৰে, দৃঢ়তাপূর্বক, দৃঢ়তাৰে
అర్థం : ইচ্ছা বা সংকল্পৰ সৈতে
ఉదాహరణ :
মই দৃঢ়তাৰে কৈছো যে এই কামটো কৰিহে মই স্বস্তিৰ নিশ্বাস লʼম
పర్యాయపదాలు : দৃঢ়তাপূর্বক, দৃঢ়তাৰে, নিশ্চয়তাৰে, সংকল্পসহিতে, সংকল্পৰ সৈতে