సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি সিদ্ধান্ত সলনি নহয়
ఉదాహరణ : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল
పర్యాయపదాలు : অটল, অবিচল, একনিষ্ঠ, একাগ্র, নিমগ্ন, স্থিৰ
అర్థం : যাৰ কোনো শিথিলতা নাই:চেগুনৰ কাঠেৰে সজা ফার্ণিচাৰ মজবুত হয় মোৰ মনটো অতি দৃঢ়
ఉదాహరణ :
పర్యాయపదాలు : অশিথিল, মজবুত
అర్థం : যি নমনীয় নহয় বা যাক টলাব নোৱাৰি
ఉదాహరణ : আলেকজেণ্ডাৰৰ সন্মুখত পুৰু অনমনীয় হৈ থাকিল
పర్యాయపదాలు : অনমনীয়, অনম্য, কঠোৰ
అర్థం : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
ఉదాహరణ : পাহাৰ-পর্বত স্থিৰ
పర్యాయపదాలు : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
ఆప్ స్థాపించండి