సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো ৰাজ্য বা দেশৰ ফালৰ পৰা অন্য ৰাজ্য বা দেশলৈ পঠোৱা বা নিযুক্ত দূত বা বার্তাবাহক
ఉదాహరణ : পাকিস্তান ওপৰত ভালেকেইবাৰ ৰাষ্ট্রদূতক অপমান কৰাৰ আৰোপ লগোৱা হৈছে
పర్యాయపదాలు : ৰাজদূত, ৰাজপ্রতিনিধি, ৰাষ্ট্রদূত
అర్థం : কোনো বিশেষ কার্য কৰিবলৈ বা খবৰ দিবৰ কাৰণে কʼৰবালৈ পঠোৱা ব্যক্তি
ఉదాహరణ : ভগৱান ৰামে অংগদক দূত হিচাপে ৰাৱণৰ ওচৰলৈ পঠিয়াইছিল
పర్యాయపదాలు : কটকী, চৰ, টেকেলা
ఆప్ స్థాపించండి