సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
ఉదాహరణ : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
పర్యాయపదాలు : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, সুকঠিন
అర్థం : যিটো কৰিবলৈ কঠিন
ఉదాహరణ : হিমালয় পর্বত আৰোহণ কৰাটো কার্য
పర్యాయపదాలు : দুঃসাধ্য, দুষ্কৰ
అర్థం : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়
ఉదాహరణ : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়
పర్యాయపదాలు : অসহজ, কঠিন, কঠোৰ, দুর্বোধ্য, দুষ্কৰ, বিচল
అర్థం : যিটো সোনকালে বুজি পোৱা নাযায়
ఉదాహరణ : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব
పర్యాయపదాలు : অবোধগম্য, কঠিন, টান
అర్థం : যিটো গম্য নহয় বা যাব নোৱাৰা
ఉదాహరణ : আমি ্ দুর্গম পথৰ পথিক
పర్యాయపదాలు : অগম্য, কঠিন, দুর্গম, দুর্গম্য, দুৰধিগম্য
ఆప్ స్థాపించండి