పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి দুৰাচাৰী అనే పదం యొక్క అర్థం.

দুৰাচাৰী   বিশেষ্য

అర్థం : দুষ্ট বা মিছলীয়া ব্যক্তি

ఉదాహరణ : দুর্জনৰ সংগৰ ্পৰা আঁতৰি থাকিবা

పర్యాయపదాలు : খল, দুর্জন, দুৰাত্মা, বেয়া মানুহ, শঠ, ্হাৰামি

দুৰাচাৰী   বিশেষণ

అర్థం : দুষ্কর্ম কৰোতা বা যি ভাল কাম নকৰে

ఉదాహరణ : দুষ্কর্মলৈ ভয় কৰিবা, কিন্তু ্দুষ্কর্মী লোকলৈ নহয়

పర్యాయపదాలు : কু-কর্মক্াৰী, খল, দুষ্কর্মী, দুষ্কার্যক্াৰী, দুষ্কৃতিকাৰী, ্অপকর্মী, ্দুষ্কর্মক্াৰী

అర్థం : যি পাপ কৰে বা পাপ কৰোতা

ఉదాహరణ : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে

పర్యాయపదాలు : অধম, অনাচাৰী, দুষ্টাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, পাপী, ্অধর্মী

అర్థం : যিজন বেয়া বা নিন্দনীয় চৰিত্রৰ

ఉదాహరణ : চৰিত্রহীন ব্যক্তি সমাজৰ অভিশাপ স্বৰূপ

పర్యాయపదాలు : চৰিত্রহীন, দুশ্চৰিত্র, ভ্রষ্টাচাৰী